নাম লুকানাম সামৰ্ নাম লোপ হ (Assamese) [ Roman: nam lo`p ho]Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-25 1. (Verbal Adj.) to be entirely extinct by death of all in a family. বংশ নিৰ্ম্মূল হোৱা অৰ্থাত্ বংশৰ সকলো মৰি শেষ হোৱা৷ English: extinct, Assamese: নাম লুকা, নাম লোপ হ, নিঃসঁচ, ভিঠাছন, ভিঠিমৰীয়া